Posts

Featured Post

'Naatu Naatu' won the Oscar for 'Best Original Song' and 'The Elephant Whisperers' won in the Best Documentary Short film category

Image
"Naatu Naatu" - an Indian Telugu-language song. Composed by - M. M. Keeravani. Lyrics by - Chandra Bose. Recorded by - Rahul Sipligunj and Kaala Bhairava for the soundtrack album of the film RRR(2022). Released on - 10 November 2021. Also released in - Hindi as Naacho Naacho, Tamil as Naattu Koothu, Kannada as Halli Naatu, Malayalam as Karinthol. Lead actors - Jr. NTR and Ram Charan. "Naatu Naatu" became the first song from an Indian film (as well as from an Asian film) to win the Academy Award for Best Original Song. It also won the Best Original Song award at the 80th Golden Globe Awards, making it the first Indian song to win the award. It took over 19 months for producing the song NAATU NAATU. Filming took place at the Mariinskyi Palace, the official residence of the president of Ukraine in Kyiv, a few months before the onset of the Russian invasion of Ukraine. The music video featured about 50 dancers and 300 to 400 side dancers. The Elephant Whisperers - A...

DR. HIMANTA BISWA SARMA :: HON`BLE CHIEF MINISTER OF ASSAM

Image
Dr. Himanta Biswa Sarma is an Indian politician and a lawyer. He is serving as the 15th and current Chief Minister of Assam since 2021. He was born on 1 February 1969 in Jorhat, Assam. He is a son of Kailash Nath Sarma and Mrinalini Devi. He married Riniki Bhuyan Sarma in 2001, with whom he has a son, Nandil Biswa Sarma and a daughter, Sukanya Sarma. He passed his senior secondary examination from Guwahati's Kamrup Academy School in 1985. He obtained a Bachelor of Arts in 1990 and Master of Arts in 1992, both in political science from Cotton College, Guwahati. He was elected the General Secretary of Cotton College Students Union (1991-92). He obtained his LLB degree from Government Law College, Guwahati. He practised law at the Gauhati High Court from 1996 to 2001. In 2006, he completed PhD in political science from Gauhati University. Dr. Sarma is the 7th chief minister of Assam from Cotton University. Dr. Himanta Biswa Sarma was a former member of the Indian National Congress, h...

IAS বিষয়াৰ মাহিলী দৰমহা কিমান? UPSC পৰীক্ষা উত্তীৰ্ণ হোৱা পিছত এজন IAS বিষয়াই কিমান উপাৰ্জন কৰে?? জানো আহক!!!

Image
আমি সকলোৱে জ্ঞাত যে ভাৰতৰ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এজন IAS বিষয়া হোৱাটো অতিকে জটিল প্ৰক্ৰিয়া। প্ৰতি বছৰে লাখ লাখ পৰীক্ষাৰ্থীৰ মাজৰ পৰা প্ৰায় ৮০০-১০০০ জন পৰীক্ষাৰ্থীহে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। আপুনি কেতিয়াবা ভাবি আচৰিত হয় নে যে ইমান অহোপুৰুষাৰ্থ কৰি লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত এজন বিষয়াই কিমান দৰমহা পায়?? IAS‌ বিষয়া সকলে ভাৰতীয় প্ৰশাসনিক সেৱাৰ জৰিয়তে বিভিন্ন মন্ত্ৰালয়ত কাম কৰাৰ সুবিধা পায়। প্ৰশাসনিক বিভাগকে ধৰি কেইবাটাও ভিন্ন মন্ত্ৰালয়ত এই বিষয়া সকলে সেৱা আগবঢ়ায়। এজন IAS বিষয়াৰ সৰ্বোচ্চ পদবী হৈছে কেবিনেট চেক্ৰেটেৰী। লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এজন IAS বিষয়াই আকৰ্ষণীয় বেতন লাভ কৰে। সপ্তম বেতন আয়োগৰ নীতি অনুসৰি এজন IAS বিষয়াৰ প্ৰাথমিক পৰ্যায়ৰ দৰমহা ৫৬,১০০ টকা। দৰমহাৰ উপৰিও এওঁলোকক অন্য কিছু ভাট্টা প্ৰদান কৰা হয়। যেনে ভ্ৰমণ ভাট্টা, মৰগীয়া বানচ আদি। অন্য এক তথ্য অনুসৰি সকলো যোগ কৰি সৰ্বমুঠ উপাৰ্জন ১লাখৰো অধিক বুলি জানিব পৰা গৈছে। অন্যহাতে যিসকল বিষয়াই কেবিনেট চেক্ৰেটেৰী পদত অধিষ্ঠিত হয়গৈ তেওঁলোকৰ দৰমহা২,৫০,০০০ পৰ্যন্ত হয...

ভাৰতৰ বৰ্তমান ক'ভিড পৰিস্থিতিৰ তথ্যচিত্ৰ

Image
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা ভাৰতৰ ৰাজ্য সমূহৰ ক'ভিড পৰিস্থিতিৰ তথ্যচিত্ৰ। ভাৰতত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা ২,৯৫,৭০,৮৮১জন। আনহাতে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৭৭,০২১ জন। ক'ভিডক পৰাজিত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা ২,৮২,৮০,৪৭২ জন। ইয়াৰ উপৰিও ভাৰতৰ কেইবাখনো ক'ভিড হটষ্পট ৰূপে অভিহিত ৰাজ্যত বৰ্তমান আক্ৰান্তৰ সংখ্যা নিম্নগামী হোৱাটো ভাৰত আৰু ভাৰতৰ ক'ভিড সৃষ্ট অৰ্থব্যৱস্থাৰ বাবে শুভ লক্ষণ বুলি বহু জনে কব খোজিছে।

লখিমপুৰ ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণৰ লখিমপুৰ ভ্ৰমণ

Image
  অসম চৰকাৰৰ শ্ৰম আৰু জনকল্যাণ দপ্তৰৰ মন্ত্ৰী তথা লখিমপুৰ ধেমাজিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে আজি দিনজোৰা কায্যসুচীৰে লখিমপুৰ ভ্ৰমণ কৰে ।লখিমপুৰ ভ্ৰমণ কৰা সময়ত লখিমপুৰ চিকিৎসা মহাবদ্যালয়ত কভিড পৰিস্থিতিৰ বুজ লোৱাৰ পৰবৰ্তী সময়ত মন্ত্ৰী গৰাকীয়ে জহিং – কয়লামাৰী বাগান ভ্ৰমণ কৰি চাহ শ্ৰমিক সকলৰ সমস্যাৰ বুজ লয়। তাৰ পাছতে মন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সভাগৃহত জিলাখনৰ চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়া আৰু জন প্ৰতিনিধি সকলৰ লগত এখন পয্যালোচনা সভাত মিলিত হয় । এই সভাত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা,বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাঁ আৰু ৰাজ্য সভাৰ সাংসদ ৰানী নৰহ উপস্হিত থাকে । সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে লখিমপুৰ জিলাৰ সৰ্ব্বাংগীন উন্নয়নৰ বাবে তেখেতে চিন্তা কৰাৰ লগতে বৰ্তমানৰ কভিদ ১৯ আৰু বানপানীৰ সৈতে মোকামিলা কৰিবলৈ বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিব । সমান্তৰালকৈয়ে দুলুং,ৰঙা,পাভ আদি সংৰক্ষিত বনাঞ্চল সমূহত অৰুণাচলীৰ আগ্ৰাসনৰ পৰা মুক্ত কৰিবলৈও পদক্ষেপ গ্ৰহণ কৰি মূখ্যমন্ত্ৰীৰ জৰিয়তে আগন্তক চিলং ভ্ৰমণলৈ আহিব লগা ৰাষ্ট্ৰীয় নেতা অমৃত শ্বাহক এই বিষয়ত অৱগত ক...

লাহৰীঘাটৰ বানখহনীয়া অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

Image
  জিলা খনৰ বান গড়াখহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি সমস্যা সমূ্হ বুজ লোৱাৰ উদ্দেশ্য আজি জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই লাহৰীঘাট, ভূৰাগাঁও, বৰালিমাৰী অঞ্চলত উপস্থিত হয়।মন্ত্ৰী গৰাকীয়ে লাহৰীঘাট ভুৰাগাঁওৰ বৰালিমাৰীৰ জেংপুৰিত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত নাও যাত্ৰাৰে উপস্থিত হৈ ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়া বুজ লয়।লাহৰীঘাটৰ গৰাখহনীয়া ৰোধৰ লগতে বান পানী নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই। লাহৰীঘাটৰ প্ৰায় ১৪ কিল’ মিটাৰ উন্মুক্ত মথাউৰি অতি কম সময়ৰ ভিতৰত নিৰ্মাণ কৰি অঞ্চলটো বানমুক্ত কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।ইফালে, বৰ্তমান বাৰিষাৰ বতৰত মথাউৰি নিৰ্মাণ কৰাটো সম্ভৱ নহয়, সেই কাৰণে এই বছৰটোত কেনেকৈ বান ফিৰাব পাৰি তাৰ চেষ্টা কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।উল্লেখ যে- বিগত ১৯৬৯চনৰ পৰাই ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু গঢ়াখহনীয়াৰ কবলত পৰি নিজৰ পৈত্ৰিক সম্পত্তি ভেটি মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা মৰিগাঁও জিলাৰ মৈৰাবাৰী লাহৰীঘাট আৰু ভুৰাগাঁও অঞ্চলৰ হেজাৰ হেজাৰ লোক বাটৰ ভিক্ষাৰী হৈ দশক দশক ধৰি বিভিন্ন ঠাইত কাম বন কৰি কোনোমতে জীৱন নিৰ...

স্বদেশী মাইক্ৰব্ল'গিং সামাজিক মাধ্যম kooৰ নাইজেৰিয়াত সমাদৰ

Image
 ভাৰত চৰকাৰৰ নীতি নিৰ্দেশনা অমান্য কৰা বাবে টুইটাৰৰ লগত মতৰ অমিল হৈ থকা সময়তে দেশীয় সামাজিক মাধ্যম Kooয়ে বিদেশত জনপ্ৰিয়তা লাভ কৰিছে। Kooৰ মূখ্য কাৰ্যবাহী বিষয়া অপ্ৰময় ৰাধাকৃষ্ণই জানিবলৈ দিয়া মতে নাইজেৰিয়া চৰকাৰে Kooত অফিচিয়েল একাউণ্ট খুলিছে।  উল্লেখযোগ্য যে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিয়ে দিয়া এটা পোষ্ট ডিলিট কৰাক কেন্দ্ৰ কৰি নাইজেৰিয়াত টুইটাৰক নিষিদ্ধ ঘোষণা কৰা হৈছিল। বৰ্তমান ভাৰতীয় এপ Kooৰ ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ৬০ লাখ অতিক্ৰম কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত Kooৰ ব্যৱহাৰৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। চৰকাৰী নিৰ্দেশ অৱমাননা কৰা বিদেশী এপ টুইটাৰৰ ভৱিষ্যত ভাৰততো বৰ্তমান অনিশ্চয়তাৰ মাজত। Koo হৈছে সম্পুৰ্ণ স্বদেশী মাইক্ৰব্ল'ভিং আৰু সামাজিক মাধ্যম সেৱা। প্ৰথমতে ইয়াক ku koo ku আৰু পাছত koo নাম দিয়া হয়। অপ্ৰমেয় ৰাধাকৃষ্ণ আৰু ময়ংক বিদাৱতকা নামৰ দুজন ব্যক্তিয়ে এই এপটো ডিজাইন কৰিছিল। আগষ্ট ২০২০ত kooয়ে ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰ এপ উদ্ভাৱন চেলেঞ্জ জয়ী হৈছিল। এই এপটোৰ বৰ্তমান মূল্য ১০০ মিলিয়ন ডলাৰ।