ভাৰতৰ বৰ্তমান ক'ভিড পৰিস্থিতিৰ তথ্যচিত্ৰ

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা ভাৰতৰ ৰাজ্য সমূহৰ ক'ভিড পৰিস্থিতিৰ তথ্যচিত্ৰ। ভাৰতত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা ২,৯৫,৭০,৮৮১জন। আনহাতে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৭৭,০২১ জন। ক'ভিডক পৰাজিত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা ২,৮২,৮০,৪৭২ জন।
ইয়াৰ উপৰিও ভাৰতৰ কেইবাখনো ক'ভিড হটষ্পট ৰূপে অভিহিত ৰাজ্যত বৰ্তমান আক্ৰান্তৰ সংখ্যা নিম্নগামী হোৱাটো ভাৰত আৰু ভাৰতৰ ক'ভিড সৃষ্ট অৰ্থব্যৱস্থাৰ বাবে শুভ লক্ষণ বুলি বহু জনে কব খোজিছে।

Comments

Popular posts from this blog

স্বদেশী মাইক্ৰব্ল'গিং সামাজিক মাধ্যম kooৰ নাইজেৰিয়াত সমাদৰ

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা

লখিমপুৰ ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণৰ লখিমপুৰ ভ্ৰমণ